বাছ ভাড়াবৃদ্ধিৰ নতুন তাৰিখ নিৰ্ধাৰণ, মহানগৰীত ১০ অক্টোবৰৰ পৰা বাঢ়িব চিটী বাছৰ ভাড়া

ফটোঃ পলাশ
ফটোঃ পলাশ
  • বৃদ্ধি পাব চিটী বাছৰ ভাড়া।
  • ৯ অক্টোবৰৰ পাছত বৃদ্ধি পাব চিটী বাছৰ ভাড়া।
  • এই সিদ্ধান্ত ল'লে বাছ মালিক সন্থাই।
  • মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ।
  • শীঘ্ৰে চৰকাৰৰ সৈতে আলোচনাত বহিব বাছ মালিক সন্থা।
  • বৈঠকৰ পিছতহে পৰৱৰ্তী সিদ্ধান্ত লোৱাৰ কথা জনালে সংগঠনটোৱে।
  • পূৰ্বে ৩ অক্টোবৰৰ পৰা ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লৈছিল সংগঠনটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in