পুনৰ ব্ৰহ্মপুত্ৰৰ মাজত অঘটনঃ যান্ত্ৰিক বিজুতি ঘটি উটি গ’ল যাত্ৰীবাহী ফেৰী, উদ্ধাৰ যাত্ৰীসহ ফেৰী…

পুনৰ ব্ৰহ্মপুত্ৰৰ মাজত অঘটনঃ যান্ত্ৰিক বিজুতি ঘটি উটি গ’ল যাত্ৰীবাহী ফেৰী, উদ্ধাৰ যাত্ৰীসহ ফেৰী…
  • গুৱাহাটীত ব্রহ্মপুত্রৰ মাজত অঘটন।
  • যান্ত্রিক বিজুতি ঘটি উটি গ'ল এখন যাত্রীবাহী ফেৰী।
  • নিৰ্মীয়মান দলঙৰ খুঁটাত খুন্দা মৰাৰ পৰা কথমপি ৰক্ষা।
  • দুটা খুঁটাৰ মাজেৰে পাৰ হৈ গ'ল যাত্রী, বাহনসহ ফেৰীখন।
  • গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ গৈছিল ফেৰীখন।
  • সন্ধিয়া ৫.৩০ বজাত যাত্রা কৰিছিল বাঘবৰ নামৰ ফেৰীখনে।
  • উদ্ধাৰকাৰী জাহাজ নথকাত হাঁহাকাৰ যাত্রীৰ মাজত।
  • ৰ'পেক্স জাহাজখন গৈ উদ্ধাৰ কৰে যাত্রীসহ ফেৰীখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in