বিকানেৰ এক্সপ্ৰেছ দুৰ্ঘটনাঃ বিশেষ ৰে’লেৰে অসমলৈ ২৯০ যাত্ৰী, অসম আৰক্ষীৰ তৎপৰতা…

বিকানেৰ এক্সপ্ৰেছ দুৰ্ঘটনাঃ বিশেষ ৰে’লেৰে অসমলৈ ২৯০ যাত্ৰী, অসম আৰক্ষীৰ তৎপৰতা…
  • নিউ জলপাইগুৰিত সংঘটিত ৰে'ল দুৰ্ঘটনাৰ বাবে তৎপৰতা অসম আৰক্ষীৰ।
  • নিশাই দুৰ্ঘটনাস্থলীত অসম আৰক্ষীৰ দল।
  • বিশেষ ৰে'লেৰে গুৱাহাটীলৈ অনা হৈছে অসমৰ ২৯০ জনকৈ যাত্ৰীক।
  • আনহাতে গুৱাহাটীৰ ৰে'লষ্টেচনত সাজু হৈ আছে কেইবাখনো বাছ।
  • বিশেষ ৰে'লেৰে গুৱাহাটীলৈ লৈ অনা যাত্ৰীসকলক গুৱাহাটীৰ পৰা লৈ যোৱা হ'ব বিভিন্ন স্থানলৈ।
  • আনহাতে বিশেষ ৰে'লেৰে গুৱাহাটীলৈ অহা ২৯০ জন যাত্ৰীৰ মাজত বহু কেইজন আহতও আছে।
  • অসম আৰক্ষীয়ে গুৱাহাটীত এই আহত লোকসকলক চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব।
  • বৃহস্পতিবাৰে লাইনচ্যুত হৈছিল প্ৰায় ১০ টা ডবা।
  • গুৱাহাটী অভিমুখী ৰে'লখন সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত হৈছিল এই দুৰ্ঘটনা।
  • দুৰ্ঘটনাৰ ফলত ৭ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ৪৫ জনৰো অধিক লোক আহত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in