অসম

এনএলএফবিৰ ডেজিগনেটেড শিবিৰত ভোগালীৰ আনন্দ…

asomiyapratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰৰ এন এল এফবিৰ যুঁদ্ববিৰতিৰত ডেজিগনেটেড কেম্পত দোমাহী -ভোগালী উদযাপন ৷ সামৰিক পোছাক পৰিহিত এনএলএফবি নেতা কেডাৰে ভাগ ললে দোমাহীআৰু ভোগালীৰ নৃত্য-গীত পৰিৱেশনত ৷ শনিবাৰে কোকৰাঝাৰ চহৰৰ গৌৰাং নৈৰ দাঁতিত অৱস্থিত এনএলএফবিৰ ডেজিগনেটেড শিৱিৰত দোমাহী আৰু ভোগালীৰ উৎসাহ দেখা যায় ৷ ডিঙিত ফুলাম আৰ'ণাই লৈ ভোগালীৰ বতৰত এপাক নাচিলে এনএলএফবিৰ নেতা -কেডাৰে৷