ৰাষ্ট্ৰীয়

বিধ্বংসী অগ্নিকাণ্ড, মৃত্যু এগৰাকী মহিলাৰ…

asomiyapratidin
  • বাংগালুৰুত মঙলবাৰে সংঘটিত বিধ্বংসী অগ্নিকাণ্ড।
  • এই অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই।
  • বাংগালুৰুৰ মাংগালুৰুৰ এটা এপাৰ্টমেন্টত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • ফ্লেটৰ বেলকনীত থকাৰ পাছতো মহিলা গৰাকীক জীৱন্তে উদ্ধাৰ কৰিব পৰা নাযায়।
  • যাৰ ফলত মৃত্যু হয় মহিলা গৰাকীৰ।
  • পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।