বিধানসভাৰ শৰৎকালীন অধিবেশনৰ দ্বিতীয়টো দিন

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি দ্বিতীয় দিন। অধিবেশনখনৰ দ্বিতীয় দিনাও উত্থাপন হ'ব বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়।

সোমবাৰে বিভিন্ন বিষয়ক লৈ বিৰোধীয়ে উত্তাল কৰিছিল বিধানসভাৰ মজিয়া। কংগ্ৰেছ-এ আই ইউ ডি এফে ইন্ধনৰ মূল্যবৃদ্ধিক লৈ সাব্যস্ত কৰিছিল প্ৰতিবাদ। হাতত প্লে'কাৰ্ড লৈ বিৰোধীয়ে কৰা প্ৰতিবাদৰ বাবে কিছু সময়ৰ বাবে স্থগিত কৰিবলগীয়া হৈছিল সদনৰ কাম-কাজ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in