Published on:
Updated on:
- অসমত ২ সহস্ৰাধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।
- ৰাজ্যখনত নতুনকৈ ২১৯৮জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
- ইয়াৰে ৭৬০জন কামৰূপ মেট্ৰ'ৰ, ১৪২জন ডিব্ৰুগড়ৰ, ১৩৯জন কাচাৰৰ আৰু ১১৫জন তিনিচুকীয়াৰ।
- ৰাজ্যখনত সোমবাৰৰ দিনটোত ৪১৬জন লোক সুস্থ হয়।
- ইফালে, উক্ত দিনটোত অসমত কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু হয়।
- এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৬৮৬৭জন ৰোগী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in