অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু…

অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু…
  • অসমত পুনৰ ৩২৪জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৮৮জন কামৰূপ মেট্ৰ'ৰ, ৫০জন বৰপেটাৰ, ১৮জন যোৰহাটৰ আৰু ১৭জন কামৰূপ গ্ৰাম্যৰ।
  • এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যত ৬০৮৪৫০জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২১৯জন লোক।
  • ইয়াৰে বিপৰীতে উক্ত দিনটোত অসমত কোৰোনাত আক্ৰান্ত ৩জনৰ মৃত্যু।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৬২১জন লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in