সাৱধান! ৰাজ্যত ৬ সহস্ৰাধিক লোক আক্ৰান্ত হৈছে কোৰোনাত, ১১জনকৈ লোকে হেৰুৱাইছে প্ৰাণ…

সাৱধান! ৰাজ্যত ৬ সহস্ৰাধিক লোক আক্ৰান্ত হৈছে কোৰোনাত, ১১জনকৈ লোকে হেৰুৱাইছে প্ৰাণ…
  • দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ।
  • দেশৰ আন প্ৰান্তৰ লগতে অসমতো ইয়াৰ সংক্ৰমণ বৃদ্ধি পাই গৈ আছে।
  • স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, সোমবাৰে ৰাজ্যত ৬৯৮২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • অসমত তৃতীয় ঢৌৰ এয়াই সৰ্বাধিক সংখ্যা এদিনত কোৰোনাত সংক্ৰমিত লোকৰ।
  • ইফালে, পজিটিভিটি হাৰ ১০.৭৫ শতাংশলৈ বৃদ্ধি পাইছে।
  • ৰাজ্যত সোমবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ১১জনকৈ লোকে হেৰুৱাইছে প্ৰাণ।
  • ইয়াৰ বিপৰীতে অসমত সুস্থ হৈছে মাত্ৰ ২২৮১জন লোক।
  • ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৩৯৪৮জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in