মুখ্য-পৃষ্ঠা

এন আৰ চিক লৈ অমিত শ্বাহৰ টুইট

asomiyapratidin

ডিজিটেল ডেস্কঃ এন আৰ চিক লৈ টুইটাৰযোগে মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ। কংগ্ৰেছে কৰিব নোৱৰা কাম মোদী চৰকাৰে কৰিলে বুলি মন্তব্য অমিত শ্বাহৰ।

NRC is the soul of same Assam accord signed by former PM Rajiv Gandhi in 1985. Congress did not have the courage to implement it and now Modi government is doing what Congress could not.