অসম

স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে অখিল গগৈৰ …

asomiyapratidin
  • স্বাস্থ্য অধিক অৱনতি ঘটিছে অখিল গগৈৰ।
  • সোমবাৰে তেওঁক ভৰ্তি কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।
  • কোৰোনাত আক্ৰান্ত হোৱাৰ পাছতে তেওঁক ভৰ্তি কৰা হয় চিকিৎসালয়ত।
  • ইয়াৰ পূৰ্বে তেওঁৰ পত্নী আৰু পুত্ৰৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • অক্সেজনৰ স্তৰ হ্ৰাস পাইছিল অখিল গগৈৰ।