Published on:
Updated on:
- ৰাজহুৱা খণ্ডৰ এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপৰ নিয়ন্ত্ৰণলৈ আহিল।
- এয়াৰ ইণ্ডিয়াৰ বিক্ৰী প্ৰক্ৰিয়াত টাটা গ্ৰুপে আটাইতকৈ বেছি মূল্যৰ নিবদা ।
- ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি এয়াৰ ইণ্ডিয়াৰ বাবে পেনেলে টাটা গ্ৰুপক নিৰ্বাচিত কৰিছে।
- শীঘ্ৰে এই বিষয়ে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ সম্ভাৱনা আছে।
- চলিত বৰ্ষৰ ডিচেম্বৰত আনুষ্ঠানিকভাৱে এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপৰ অধীনলৈ যোৱাৰ সম্ভাৱনা আছে।
- মন কৰিবলগীয়া যে ১৯৩২ চনতে জে আৰ ডি টাটাই টাটা এয়াৰ লাইনছ প্ৰতিষ্ঠা কৰিছিল।
Code:
Asomiya Pratidin
www.asomiyapratidin.in