কোভিডত আক্ৰান্ত হৈ অভিনেতা বিক্ৰমজিৎ কানৱাৰপালৰ মৃত্যু…

কোভিডত আক্ৰান্ত হৈ অভিনেতা বিক্ৰমজিৎ কানৱাৰপালৰ মৃত্যু…
  • কোভিডত আক্ৰান্ত হৈ অভিনেতা বিক্ৰমজিৎ কানৱাৰপালৰ মৃত্যু ।
  • মুম্বাইৰ ছেভেন হিলছ চিকিৎসালয়ত মৃত্যু হয় অভিনেতা গৰাকীৰ ।
  • ৫২ বছৰীয়া অভিনেতাজন এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া আছিল ।
  • ২০০৩ চনত বলিউডত আত্মপ্ৰকাশ কৰিছিল অভিনেতা গৰাকীয়ে ।
  • ১৯৮৯ চনত সেনা বাহিনীত যোগদান কৰিছিল অভিনেতা গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in