Published on:
Updated on:
- অভয়াপুৰীৰ খগৰপুৰত ভয়াৱহ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ৩
- অভয়াপুৰীৰ খগৰপুৰত সোমবাৰে নিশা ৭.৩০ বজাত পথ দুৰ্ঘটনা।
- ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এই পথ দুৰ্ঘটনা।
- ৰেলৱেৰ কামত নিয়োজিত এনচি কোম্পানীৰ মিক্সাৰ ডাম্পাৰ আৰু মাৰুটি ছুইফটৰ মাজত সংঘৰ্ষ।
- দুৰ্ঘটনাত থিতাতে নিহত ছুইফটখনৰ তিনিজন যাত্ৰী।
- পিছে পিছে আহি থকা বাইক এখনেও খুন্দা মাৰে ছুইফটখনত৷
- গুৰুতৰভাৱে আহত হয় বাইক আৰোহী ।
- ছুইফটখনৰ নম্বৰ ডব্লিউ বি ২৬-টি-৫৩৭৩।
- ঘাইপথত শিল পেলাই পথ অৱৰোধৰ চেষ্টা উত্তেজিত ৰাইজৰ।
- আহতজনক চিকিৎসালয়লৈ প্ৰেৰণ।
- ঘটনাস্থলীত পৰিস্থিতি উত্তপ্ত ।
- নিহতসকল বৰ্তমানলৈ চিনাক্ত হোৱা নাই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in