ৰাজধানী এক্সপ্ৰেছকে ধৰি ৯খন ৰে’লৰ যাত্ৰা বাতিল

ৰাজধানী এক্সপ্ৰেছকে ধৰি ৯খন ৰে’লৰ যাত্ৰা বাতিল
  • ৰাজধানী এক্সপ্ৰেছকে ধৰি ৯খন ৰে'লৰ যাত্ৰা বাতিল।
  • ডিমা হাচাওত মালবাহী ৰে'লৰ দুৰ্ঘটনাৰ বাবে বাতিল কৰা হৈছে ৰে'ল কেইখনৰ যাত্ৰা।
  • দাউটহোজা আৰু খাইডিঙৰ মাজত সংঘটিত হৈছিল এই ৰেল দুৰ্ঘটনা।
  • বদৰপুৰমুখী মালবাহী ৰে'লখনৰ ১৪টা দবা লাইনচ্যুত হৈছিল দুৰ্ঘটনাত।
  • মায়বঙত ৰখাই থোৱা হৈছে কাঞ্চনজংঘা এক্সপ্ৰেছ।
  • বাতিল কৰা ৰেল কেইখন হ'ল- ১৫৬০১ নম্বৰৰ শিলচৰ-নতুন দিল্লী পূৰ্বোত্তৰ চম্পকক্ৰান্তি এক্সপ্ৰেছ।
  • ২০৫০১ নম্বৰৰ আগৰতলা আনন্দবিহাৰ ৰাজধানী এক্সপ্ৰেছ।
  • ১২৫০৪ নম্বৰৰ আগৰতলা-বাংগালুৰু হমছফৰ এক্সপ্ৰেছ।
  • ১৫৬১১ নম্বৰৰ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ।
  • ১৫৯৪৪ নম্বৰৰ ডিব্ৰুগড়-শিলচৰ এক্সপ্ৰেছ।
  • ১৫৯৪৩ নম্বৰৰ শিলচৰ-ডিব্ৰুগড় এক্সপ্ৰেছ।
  • ১৫৬১২ নম্বৰৰ শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ।
  • ৫৫৬১৬ নম্বৰৰ শিলচৰ-গুৱাহাটী পেছেঞ্জাৰ এক্সপ্ৰেছ।
  • ৫৫৬১৫ নম্বৰৰ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in