শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

অসম এথলেটিকছৰ নৱতম চাঞ্চল্য অম্লান বৰগোহাঁই…

  • ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসমৰ খেলুৱৈ।
  • ৰাষ্ট্ৰীয় এথলেটিক্সথ অসমৰ অম্লান বৰগোহাঁইৰ স্বৰ্ণ লাভ।
  • অসমৰ এথলেটিকছৰ নৱতম তাৰকাত পৰিণত হোৱাৰ পথত অসমৰ অম্লান বৰগোঁহাই।
  • তেলেংগাণাত অনুষ্ঠিত হৈ থকা ৬০তম ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত ২০০ মিটাৰ দৌৰত এই সাফল্য লাভ।
  • প্ৰতিযোগিতাৰ ২০০ মিটাৰত ২০.৭৫ ছেকেণ্ডৰে ৰাজ্যিক অভিলেখ আৰু মীট ৰেকৰ্ডসহ অম্লানে সোণৰ পদক লাভ কৰিছে।
  • ইয়াৰ পূৰ্বে একেখন প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰতো অম্লানে লাভ কৰিছিল ৰূপৰ পদক।
  • ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এনে সফলতাই অম্লানক অসম এথলেটিছৰ নৱতম চাঞ্চল্য হিচাপে পৰিগণতি কৰি তুলিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি