অসম এথলেটিকছৰ নৱতম চাঞ্চল্য অম্লান বৰগোহাঁই…

অসম এথলেটিকছৰ নৱতম চাঞ্চল্য অম্লান বৰগোহাঁই…
  • ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসমৰ খেলুৱৈ।
  • ৰাষ্ট্ৰীয় এথলেটিক্সথ অসমৰ অম্লান বৰগোহাঁইৰ স্বৰ্ণ লাভ।
  • অসমৰ এথলেটিকছৰ নৱতম তাৰকাত পৰিণত হোৱাৰ পথত অসমৰ অম্লান বৰগোঁহাই।
  • তেলেংগাণাত অনুষ্ঠিত হৈ থকা ৬০তম ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত ২০০ মিটাৰ দৌৰত এই সাফল্য লাভ।
  • প্ৰতিযোগিতাৰ ২০০ মিটাৰত ২০.৭৫ ছেকেণ্ডৰে ৰাজ্যিক অভিলেখ আৰু মীট ৰেকৰ্ডসহ অম্লানে সোণৰ পদক লাভ কৰিছে।
  • ইয়াৰ পূৰ্বে একেখন প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰতো অম্লানে লাভ কৰিছিল ৰূপৰ পদক।
  • ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এনে সফলতাই অম্লানক অসম এথলেটিছৰ নৱতম চাঞ্চল্য হিচাপে পৰিগণতি কৰি তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in