শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

মহিলা অপহৰণৰ অভিযোগত খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ অমিতাভ শৰ্মাক গ্ৰেপ্তাৰ…

3,331
  • খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক সম্পাদক অমিতাভ শৰ্মাক গ্ৰেপ্তাৰ।
  • দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শৰ্মাক।
  • শৰ্মাৰ বিৰুদ্ধে মহিলা অপহৰণত জড়িত থকাৰ অভিযোগ।
  • সংগঠনৰ কাম-কাজৰ দোহাই দি এগৰাকী মহিলাক নেপাললৈ লৈ গৈছিল অমিতাভ শৰ্মাই।
  • নেপালত নি দুষ্ট চক্ৰৰ হাতত মহিলাগৰাকীক বিক্ৰী কৰাৰ অভিযোগ।
  • কাকী আৰক্ষীয়ে নেপালৰ পৰা উদ্ধাৰ কৰে মহিলাগৰাকীক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি