মহিলা অপহৰণৰ অভিযোগত খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ অমিতাভ শৰ্মাক গ্ৰেপ্তাৰ…

মহিলা অপহৰণৰ অভিযোগত খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ অমিতাভ শৰ্মাক গ্ৰেপ্তাৰ…
  • খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক সম্পাদক অমিতাভ শৰ্মাক গ্ৰেপ্তাৰ।
  • দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শৰ্মাক।
  • শৰ্মাৰ বিৰুদ্ধে মহিলা অপহৰণত জড়িত থকাৰ অভিযোগ।
  • সংগঠনৰ কাম-কাজৰ দোহাই দি এগৰাকী মহিলাক নেপাললৈ লৈ গৈছিল অমিতাভ শৰ্মাই।
  • নেপালত নি দুষ্ট চক্ৰৰ হাতত মহিলাগৰাকীক বিক্ৰী কৰাৰ অভিযোগ।
  • কাকী আৰক্ষীয়ে নেপালৰ পৰা উদ্ধাৰ কৰে মহিলাগৰাকীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in