শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

জলশাক কন্টেইনমেন্ট জ’ন ঘোষণা মুম্বাই পৌৰ নিগমৰ

214

ডিজিটেল ডেস্কঃ বলিউদৰ মহাতাৰকা অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চনৰ কোৰোনা পজিটভ হোৱাৰ লগে লগে কনন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে বিগ বিৰ বাসগৃহ জলশাক। কোৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাই পৌৰ নিগমে কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে তাৰকাজনৰ ৱাসভৱনটো।

উল্লেখ্য যে বলিউদৰ জনপ্ৰীয় অভিনেতা গৰাকীয়ে শনিবাৰে টুইট যোগে তেওঁৰ অনুৰাগী সকলক জানিবলৈ দিছিল যে তেওঁ কোৰোনা পজিটিভ। সমান্তৰালকৈ জুনিয়ৰ বচ্চন অভিষেকেও টুইট যোগে ঘোষণা কৰিছিল তেওঁ ক’ভিড পজিটিভ হোৱাৰ কথা।আৰু তাৰ পাছতেই মুম্বাই পৌৰ নিগমে বচ্চন পৰিয়ালৰ বাসভৱনটো কন্টেইনমেন্ট জ’ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৰ্তমানে মুম্বাইৰ নানাৱতী হাস্পতালত চিকিৎসাধীন হৈ আছে বলিউদৰ মহাতাৰকা জন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি