বলিউডৰ বিগ বিৰ দেহত কোভিড-১৯ পজিটিভ…

বলিউডৰ বিগ বিৰ দেহত কোভিড-১৯ পজিটিভ…

ডিজিটেল ডেস্কঃ বলিউডৰ বিগ বিৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি। শনিবাৰে টুইটাৰযোগে এই কথা জনাই জনপ্ৰিয় অভিনেতাগৰাকীয়ে। ইতিমধ্যে অভিনেতা অমিতাভ বচ্চনক ভৰ্তি কৰা হৈছে মুম্বাইৰ নানাৱতী হাস্পতালত।

ইফালে, বিগ বিৰ পৰিয়ালৰ আন সদস্যসকলৰো কোভিড-১৯ টেষ্ট কৰা হৈছে। অৱশ্যে তেওঁলোকৰ কোভিড টেষ্টৰ ফলাফল বৰ্তমানলৈ অহা নাই। টুইটাৰত অমিতাভ বচ্চন লিখিছে- 'T 3590 -I have tested CoviD positive .. shifted to Hospital .. hospital informing authorities .. family and staff undergone tests , results awaited .. All that have been in close proximity to me in the last 10 days are requested to please get themselves tested !'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in