গুৰুতৰভাৱে অসুস্থ অমিতাভ বচ্চন…

গুৰুতৰভাৱে অসুস্থ অমিতাভ বচ্চন…
  • গুৰুতৰভাৱে অসুস্থ বলিউদৰ মেগাষ্টাৰ অমিতাভ বচ্চন ।
  • যোৱা তিনিদিন ধৰি মুম্বাইৰ নানাৱতি চিকিৎসালয়ত চিকিৎসাধীন।
  • যোৱা মঙলবাৰে পুৱতি নিশা ৩ বজাত চিকিৎসালয়ত ভৰ্তি কৰায়।
  • লিভাৰৰ অসুস্থতাৰ বাবে হঠাৎ এইদৰে অভিনেতা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰিব লগীয়া হয়।
  • চিকিৎসালয় কৰ্তৃপক্ষই বিশেষভাৱে চিকিৎসা প্ৰদান কৰি থকা বিগ বি বচ্চনক পৰিয়ালৰ লোকক বাদ দি অন্য কোনো লোককে সাক্ষাৎ কৰিবলৈ দিয়া নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in