মোক ক্ষমা কৰি দিয়কঃ কিয় ক’লে বিগ বিয়ে…

মোক ক্ষমা কৰি দিয়কঃ কিয় ক’লে বিগ বিয়ে…

ডিজিটেল ডেস্কঃ কোৰোনাৰ পৰা পৰিত্ৰাণ পোৱাৰ পাছত বিগ বি অমিতাভ বচ্চন বৰ্তমান হোম কোৱাৰেন্টাইনত আছে। এই দিনকেইটাত অভিনেতাগৰাকীয়ে ছচিয়েল মিডিয়াযোগে নিজৰ অনুৰাগীৰ সৈতে বিভিন্ন পষ্ট শ্বেয়াৰ কৰি আছে। এনেবোৰ কামত ব্যস্ত থকাৰ সময়তে বৃহস্পতিবাৰে পুৱাতে অভিনেতাগৰাকীয়ে অনুৰাগীসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি কৰিলে এটা বিশেষ পষ্ট।

https://help.twitter.com/en/twitter-for-websites-ads-info-and-privacy

অভিনেতাগৰাকীয়ে দৰাচলতে ক্ষমা খোজাৰ কাৰন হল, তেওঁ যোৱা বুধবাৰে নিজৰ ছচিয়েল মিডিয়া একাউন্টত শ্বেয়াৰ কৰিছিল এটা কবিতা। এই কবিতাটোৰ সৈতে তেওঁ কবিগৰাকীৰ নাম ভুলকৈ উল্লেখ কৰিছিল। এই কথাটোক লৈয়ে বৃহস্পতিবাৰে পুৱাই অনুৰাগীসকলক ক্ষমা প্ৰাৰ্থনা খুজিলে অভিনেতা গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in