শেহতীয়া খবৰ
কোৰোনাত আক্ৰান্ত হৈ কি ক'লে ভাস্কৰজ্যোতি মহন্তই...  •  ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ...  •  ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...

ভাল খবৰঃ বিগ বিৰ কোৰোনাৰ ৰিজাল্ট নিগেটিভ…

226
  • কোৰোনাত আক্ৰান্ত অভিনেতা অমিতাভ বচ্চনৰ কোৰোনাৰ ৰিজাল্ট আহিছে নিগেটিভ।
  • বৃহস্পতিবাৰৰ কোৰোনা পৰীক্ষাত অভিনেতাজনৰ ৰিজাল্ট আহিছে নিগেটিভ।
  • অৱশ্য এতিয়াও তেওঁৰ দুটা কোৰোনা টেষ্ট কৰাবলৈ বাকী আছে।
  • বাকী থকা দুটা টেষ্ট কৰাৰ পাছতহে ঘৰলৈ আহিবলৈ দিব অভিনেতাজনক।
  • বিগত ১২টা দিন হস্পাতালতে আছে অমিতাভ বচ্চন।
  • ইফালে কোৰোনাত আক্ৰান্ত অভিষেক বচ্চনৰ সকলো কোৰোনা পৰীক্ষাৰ ৰিজাল্ট আহিছে নিগেটিভ।
  • বৰ্তমানলৈ ঐশ্বৰ্যা আৰু কন্যা আৰাধ্যাৰ কোৰোনা পৰীক্ষাৰ ৰিৰ্পট অহা নাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি