শেহতীয়া খবৰ
কোনে হত্যা কৰিছিল দিল্লীৰ চোৰাংচোৱা বিষয়া অংকিত শৰ্মাক, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰক তথ্য...  •  যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু অথবা মনমোহন সিঙে কৰিব পৰা নাছিল, সেই কাম কৰি দেখুৱাইছে মোডীয়েঃ জেপি নড্ডা  •  দিল্লীত এতিয়া কেনে পৰিস্থিতি...  •  ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ  •  সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ  •  সম্পন্ন হ'ল ইণ্ডো-নগা ৰাজনৈতিক আলোচনা, গ্ৰহণ কৰা হয় ৩ আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত...  •  টীয়কক মহকুমা ঘোষণাৰ দাবীৰে আছু-যুৱ ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ স্মাৰকপত্ৰ

বলিউডত ৫০ বছৰ সম্পূৰ্ণ অভিনেতা অমিতাভ বচ্চনৰ…

297

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে বলিউড জগতত জনপ্ৰিয় অভিনেতা বিগ বি অৰ্থাৎ অমিতাভ বচ্চনৰ সম্পূৰ্ণ হ’ল ৫০ বছৰ। এই মহানায়কগৰাকীয়ে যোৱা ৫০ বছৰ ধৰি এই বলিউডৰ সাম্ৰাজ্যখনত নিজৰ দপদপনি অটুট ৰাখিছে ভাল অভিনয়ৰ জৰিয়তে। কিন্তু আপুনি জানেনে অমিতাভ বচ্চনে জীৱনৰ প্ৰথমখন ছবিত কাম কৰাৰ বাবদ কিমান টকা লাভ কৰিছিল?

VIDEO: भूमि, आलिया और मलाइका के साथ इन कलाकारों ने अमिताभ बच्चन से कहा- 'Happy Birthday'

১৯৬৯চনৰ ৭ নবেম্বৰত বিগ বিয়ে অভিনয় কৰা ‘সাত হিন্দুস্তানী’ নামৰ ছবিখনে মুক্তি লাভ কৰিছিল। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে অমিতাভ বচ্চনে কেতিয়াও ঘূৰি চোৱা নাই। ১৯৬৯চনতে আৰম্ভ কৰা এই যাত্ৰা বৰ্তমানেও অব্যাহত আছে।

अमिताभ बच्चन के बर्थडे पर नहीं होगा धूम-धड़ाका, दिल छू लेने वाली है वजह

উল্লেখ্য যে, এই ছবিখনত কাম কৰাৰ বাবে অমিতাভ বচ্চনে লাভ কৰিছিল ৫হাজাৰ টকা। কিন্তু তেওঁ ইয়াক এক সুযোগ ৰূপে গ্ৰহণ কৰিলে আৰু বৰ্তমান সমগ্ৰ বিশ্ববাসীয়ে তেওঁক চিনি পায়। এই ছবি পৰিচালনা কৰিছিল খোৱাজা আহমেদ আব্বাছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি