CAA বিৰোধী প্ৰতিবাদত উত্তপ্ত উত্তৰ পূবঃ শংকিত অমিত শ্বাহে বাতিল কৰিলে শ্বিলং ভ্ৰমণ…

CAA বিৰোধী প্ৰতিবাদত উত্তপ্ত উত্তৰ পূবঃ শংকিত অমিত শ্বাহে বাতিল কৰিলে শ্বিলং ভ্ৰমণ…
  • নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে উত্তৰ পূব।
  • অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
  • প্ৰতিবাদৰ মাজতে উদ্ভৱ হৈছে অপ্ৰীতিকৰ পৰিস্থিতিৰো।
  • শ্বিলঙত শুকুৰবাৰে ৰাজ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ লোকে।
  • প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে কেইবাখনো বাহন।
  • ইফালে শ্বিলঙৰ এনে পৰিস্থিতিক লৈ শংকিত হৈ পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো।
  • CAA বিৰোধী প্ৰতিবাদৰ বাবে বাতিল কৰিলে অমিত শ্বাহে শ্বিলং ভ্ৰমণ।
  • দেওবাৰে নৰ্থ ইষ্ট পুলিছ একাডেমীৰ এক অনুষ্ঠানত অংশ লোৱাৰ কথা আছিল অমিত শ্বাহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in