দেওবাৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ

দেওবাৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ
  • দেওবাৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।
  • অসমত কেইবাটাও কাৰ্যসূচীত ভাগ ল'ব তেওঁ।
  • অসমলৈ আহিয়ে প্ৰথমে গুৱাহাটীত উপস্থিত হৈ পোনে পোনে তেওঁ যাব লখিমপুৰলৈ।
  • লখিমপুৰত এখন বিশাল জনসভাত অংশগ্ৰহণ ল'ব অমিত শ্বাহে।
  • লখিমপুৰৰ পৰা উভতি গুৱাহাটীৰ বেলতলাত অনুষ্ঠানত অংশ ল'ব তেওঁ।
  • বিজেপি কাৰ্যালয়ৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in