প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষ্যে দেশজুৰি পালন সেৱা সপ্তাহ…

প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষ্যে দেশজুৰি পালন সেৱা সপ্তাহ…
  • শনিবাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ উপলক্ষ্যে দেশজুৰি পালন কৰা হৈছে সেৱা সপ্তাহ।
  • দেশৰ বিজেপি কৰ্মকৰ্তাসকলে সেৱা সপ্তাহ পালন কৰিছে।
  • বিজেপি সভাপতি তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য প্ৰকাশ কৰিছে সেৱা সপ্তাহক লৈ।
  • 'আমাৰ প্ৰধানমন্ত্ৰীয়ে গোটেই জীৱন দেশৰ বাবে উচৰ্গা কৰিলে।'
  • 'দুখীয়াৰ বাবে কাম কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।'
  • 'সেইবাবে আমি তেখেতৰ জন্মদিনৰ সপ্তাহটো সেৱা সপ্তাহ হিচাচে পালন কৰিছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in