শেহতীয়া খবৰ
গুৰুতৰভাৱে অসুস্থ অখিল গগৈক কাৰাগাৰৰ পৰা প্ৰেৰণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ...  •  উন্নাও বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পিতৃৰ হত্যা গোচৰ, শনিবাৰে আদালতে প্ৰদান কৰিব ৰায়...  •  অশান্ত দিল্লীৰ ভিডিঅ’ হোৱাটছএপত কাৰোবালৈ প্ৰেৰণ কৰিছিল নেকি? ব্যৱস্থা ল’ব আৰক্ষীয়ে...  •  কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলক লৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ব্যতিক্ৰমী প্ৰচেষ্টা...  •  পাকিস্তানী সেনাক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ আখ্যা দি কোনে আঁৰিলে পোষ্টাৰ…  •  ‘জুবিন গাৰ্গ মৰিলেও ভাল’ বুলি কৈ ৰোষত পৰিল নীৰৱ হাজৰিকা, মাতৃয়ে বিচাৰিলে ক্ষমা  •  শনিবাৰে স্বাক্ষৰিত হ’ব আমেৰিকা-তালিবানৰ মাজৰ শান্তি চুক্তি, ভাৰত হ’ব সাক্ষী  •  পুৱাই ভূমিকম্পৰ জোকাৰণি...  •  জনসভাৰ মঞ্চত শাৰী পাতি মন্ত্ৰীয়ে চোবালে চিকেন লেগ পিছ, কিয়…  •  মেঘালয়ত বৃদ্ধি পাইছে উত্তেজনাঃ 'কা' বিৰোধী আৰু সমৰ্থকৰ মাজত হোৱা সংঘৰ্ষত মৃত্যু ছাত্ৰ নেতা...

প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষ্যে দেশজুৰি পালন সেৱা সপ্তাহ…

45
  • শনিবাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ উপলক্ষ্যে দেশজুৰি পালন কৰা হৈছে সেৱা সপ্তাহ।
  • দেশৰ বিজেপি কৰ্মকৰ্তাসকলে সেৱা সপ্তাহ পালন কৰিছে।
  • বিজেপি সভাপতি তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য প্ৰকাশ কৰিছে সেৱা সপ্তাহক লৈ।
  • ‘আমাৰ প্ৰধানমন্ত্ৰীয়ে গোটেই জীৱন দেশৰ বাবে উচৰ্গা কৰিলে।’
  • ‘দুখীয়াৰ বাবে কাম কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।’
  • ‘সেইবাবে আমি তেখেতৰ জন্মদিনৰ সপ্তাহটো সেৱা সপ্তাহ হিচাচে পালন কৰিছো।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি