কেবক লৈ ৰাজ্যসভাত চলা বিতৰ্ক শেষঃ ভোটৰ বলেৰে বিধেয়কখন গৃহীত কৰাৰ সম্ভাৱনা প্ৰৱল…

কেবক লৈ ৰাজ্যসভাত চলা বিতৰ্ক শেষঃ ভোটৰ বলেৰে বিধেয়কখন গৃহীত কৰাৰ সম্ভাৱনা প্ৰৱল…
  • কেবক লৈ ৰাজ্যসভাত চলা বিতৰ্ক ইতিমধ্যে শেষ হৈছে।
  • আৰম্ভ হৈছে গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণ।
  • লোকসভাৰ দৰেই কেব গ্ৰহণৰ বাবে আকোৰগোঁজ হৈ থকা গৃহমন্ত্ৰী গৰাকীয়ে বিৰোধী সদস্যসকলে কৰা বিৰোধিতাৰ ওপৰত দাঙি ধৰে বক্তব্য।
  • ভাষণত থকা দৃঢ়তা আৰু শাৰিৰিক অভিব্যক্তিৰ লগতে অসমত সান্ধ্য আইন, ইন্টাৰনেট সেৱা বাতিল আদি ঘটনাই যিকোনো প্ৰকাৰে ভোটৰ বলেৰে বিধেয়কখন গৃহীত কৰাৰ ইংগিত বহন কৰিছে।
  • সদনত এই কথা চৰকাৰী পক্ষৰ স্থিতিয়ে কাশ্মীৰক বিশেষ অধিকাৰৰ পৰা বাহিৰ কৰাৰ দৰেই উত্তৰ-পূব বিশেষকৈ অসমৰ জনমতক বিজেপি চৰকাৰে যে কোনো গুৰুত্ব নিদিব সেই আশংকাও অমিত শ্বাহৰ বক্তব্যত স্পষ্ট হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in