ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰবি শংকৰ প্ৰসাদ, কিৰেণ ৰিজিজু, সঞ্জয় ধোতৰেৰ

ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰবি শংকৰ প্ৰসাদ, কিৰেণ ৰিজিজু, সঞ্জয় ধোতৰেৰ
  • ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ।
  • বুধবাৰে ৰাষ্ট্ৰপতিভৱনত ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
  • ৰাষ্ট্ৰপতিক সাক্ষাৎকালত অমিত শ্বাহক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ, কিৰেণ ৰিজিজুৱে।
  • কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় ধোতৰেও উপস্থিত থাকে সাক্ষাৎকালত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in