কেবঃ ৩ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত বহিব আছু…

কেবঃ ৩ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত বহিব আছু…
  • কেবক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত বহিব সদৌ অসম ছাত্ৰ সন্থা।
  • ৩ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ আমন্ত্ৰণমৰ্মে দিল্লীত বৈঠকত অংশ লব আছুয়ে।
  • এউ কথা সংবাদ মাধ্যমক জনাইছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।
  • 'আমি তেওঁৰ আমন্ত্ৰণ ৰক্ষা কৰিম, কিয়নো আমি এখন গণতান্ত্ৰিক দেশৰ বাস কৰো।' সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ।
  • গগৈয়ে কয়, 'কেবৰ সন্দৰ্ভত আছু পূৰ্বৰ স্থিতি বাহাল থাকিব।'
  • 'আমাৰ স্থিতি স্পষ্ট, কেতিয়াও, কোনো কাৰণতে আমাৰ স্থিতি সলনি নহয়।'
  • 'এই বিধেয়কে সংবিধান বিৰোধী, ভাৰতৰ ধৰ্মমনিৰপেক্ষতা আৰু অসম চুক্তিক সম্পূৰ্ণৰূপে নসাৎ কৰিব।'
  • 'এই বিষয়টো আমি যুক্তি সহকাৰে উপস্থাপন কৰিম আৰু নিশ্চিতভাৱে তেওলোকে ন্যায় প্ৰদান কৰিব লাগিব।'
  • ১৯৭১ পিছত অহা বিদেশীৰ বোজা অসমে নলয় বুলিও কয় গগৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in