শেহতীয়া খবৰ
লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...  •  মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ  •  এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ  •  মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ মনোনয়ন দাখিল  •  লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিলে মনোনয়ন  •  মুখ্যমন্ত্ৰীক লগত লৈ যোৰহাটত মনোনয়ন তপন গগৈৰ  •  যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে মন্টু দত্তৰ অৰ্ধ উলংগ প্ৰতিবাদ...  •  আদালতৰ ক্লিন শ্বীটৰ পাছতেই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে ৰাজেন গোহাঁয়ে...

সমৰ্থকৰ ‘বন্দে মাতৰম’ ধ্বনিৰ মাজতে অমিত শ্বাহে উৰালে চিলা, চাওঁক VIDEO…

156

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশজুৰি এতিয়া মকৰ সংক্ৰান্তি উদযাপন কৰা হৈছে। সোমবাৰে গুজৰাটতো দেখা গ’ল এক বিৰল দৃশ্য। মকৰ সংক্ৰান্তি উপলক্ষে বিজেপি সভাপতি অমিত শ্বাহে উৰুৱালে চিলা। আহমেদাবাদৰ নব ভাদাজত এটা অট্টালিকাৰ ছাদৰ পৰা উৰুৱালে চিলা।

শ্বাহে চিলা উৰুৱা সময়ত তেওঁৰ আশে-পাশে বহু লোক উপস্থিত আছিল। সংবাদকৰ্মী, সমৰ্থকৰ মাজত শ্বাহে চিলা উৰুৱা সময়তেই একাংশই ‘ভাৰত মাতা কী জয়’, ‘বন্দে মাতৰম’ ধ্বনিও দিয়ে। চাওঁক সেই ভিডিঅ’-

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি