মিজোৰামত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি

মিজোৰামত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি
  • মিজোৰামত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত অমিত শ্বাহ।
  • আইজলৰ লেংপুই বিমানবন্দৰত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী।
  • বুধবাৰৰ পৰা মিজোৰামত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাব তেওঁ।
  • ২৮ নৱেম্বৰৰ পৰা মিজোৰামত বিধানসভা নিৰ্বাচন।
  • বুধবাৰে গুৱাহাটীৰ পৰা মিজোৰামলৈ ৰাওনা হৈছিল অমিত শ্বাহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in