অসমৰ যুৱচামৰ বাবে অসমতে জীৱিকাৰ ব্যৱস্থা কৰিবঃ বটদ্ৰৱাত অমিত শ্বাহ…

অসমৰ যুৱচামৰ বাবে অসমতে জীৱিকাৰ ব্যৱস্থা কৰিবঃ বটদ্ৰৱাত অমিত শ্বাহ…
  • বটদ্ৰৱাৰ জনসভা সম্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।
  • বক্তব্যত আগৱঢ়াই বহু গুৰুত্ব পূৰ্ণ কথা।
  • ভাষণ প্ৰসংগত গুৰুজনাৰ কথা কেন্দ্ৰীয় মন্ত্ৰীজনৰ।
  • গুৰুজনাৰ জন্মস্থানক সন্মান নিদিলে পূৰ্বৰ চৰকাৰে।
  • ৫০০ বছৰৰ পিছত গুৰুজনাই পূৰ্বৰ সন্মান ঘূৰাই পাইছে।
  • শংকৰ আৰু মাধৱৰ সপোনৰ অসম নিৰ্মাণ কৰিব বিজেপিয়ে।
  • অসমৰ যুৱচামৰ বাবে অসমতে জীৱিকাৰ ব্যৱস্থা কৰিব বিজেপি চৰকাৰে।
  • বিশ্ব দৰৱাৰত অসমীয়াক চিনাকী দিয়াৰ মূলতে শংকৰদেৱ।৫০০ বছৰৰ
  • অসম আন্দোলনকাৰীৰ ওপৰত কংগ্ৰেছ চৰকাৰে চলাইছিল গুলি।
  • ৫ বছৰত ২০ হাজাৰ কোটি টকাৰ পথ নিৰ্মাণ কৰিছে বিজেপি চৰকাৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in