শেহতীয়া খবৰ
'কা'ৰ সমৰ্থক আৰু 'কা' বিৰোধীৰ মাজত সংঘাত, প্ৰাণ হেৰুৱালে ২ জনে...  •  ডুমডুমাৰ ৰূপাইচাইডিঙত গুলীচালনা, নিহত এজন...  •  জেডিইউ নেতা প্ৰশান্ত কিশোৰ আৰু পৱন বাৰ্মাক বহিস্কাৰ...  •  তৃতীয় টি২০ৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুপাৰ অভাৰত খেল দেখুৱালে ৰোহিত শৰ্মাই  •  তৃতীয় টি২০ৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুপাৰ অভাৰত খেল দেখুৱালে ৰোহিত শৰ্মাই  •  ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন টি-২০ ড্ৰ, চুপাৰ অভাৰে নিৰ্ণয় কৰিব ভাগ্য...  •  বোকাখাতৰ শংকৰদেৱ সংঘৰ অধিৱেশনলৈ নেতা-মন্ত্ৰীক মতাৰ সিদ্ধান্ত...  •  পুনেত কা, এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আটক ২৫০ গৰাকী...  •  বেডমিণ্টনক বিদায় দি ৰাজনীতিলৈ আহিল চাইনা নেহৱাল…  •  টকিঅ' অলিম্পিক, ২০২০ৰ বাবে নিৰ্বাচিত এথলিট নীৰজ চোপ্ৰা

মহাভাৰততো আছে উত্তৰ-পূৰ্বাঞ্চলৰ নামঃ গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

1,070
  • গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
  • কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাগ লৈছে ৬৮সংখ্যক উত্তৰ পূৱ পৰিষদৰ প্ৰথম দিনাৰ কাৰ্যসূচীত।
  • অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এই অনুষ্ঠানত ভাগ লয় মন্ত্ৰীগৰাকীয়ে।
  • ভাৰতীয় সংবিধানত ৩৭১ নম্বৰ অনুচ্ছেদ সম্পৰ্কত মন্তব্য গৃহমন্ত্ৰীগৰাকীৰ।
  • ‘৩৭১ নম্বৰ অনুচ্ছেদৰ বিশেষ মৰ্যাদা আছে।’
  • ‘বিজেপি চৰকাৰে এই অনুচ্ছেদক সন্মান কৰে।’
  • ‘এই অনুচ্ছেদ আতঁৰ কৰাৰ কোনো কাৰণ নাথাকে।’
  • ‘মহাভাৰতৰ যুদ্ধত বব্ৰুবাহনে হওক বা ঘটোৎকচেই হওক দুয়োজনে উত্তৰ পূৰ্বাঞ্চলৰ আছিল।’
  • ‘অৰ্জুনৰ বিয়াও মণিপুৰত হৈছিল।’
  • ‘শ্ৰীকৃষ্ণৰ নাতিৰ বিয়াও উত্তৰ পূৰ্বাঞ্চলতে হৈছিল।’
leaderboard
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি
leaderboard