কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কোৰোনাত আক্ৰান্ত…

ফাইল ফটো
ফাইল ফটো
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কোৰোনাত আক্ৰান্ত।
  • নিজে টুইটাৰত সদৰি কৰিছে এই তথ্য।
  • কিছুদিন জ্বৰ আৰু কাঁহত আক্ৰান্ত হৈ আছিল মন্ত্ৰীগৰাকী।
  • তেওঁৰ সংস্পৰ্শলৈ অহা লোক সকলক কোৰোনা টেষ্ট কৰাৰ আহ্বা্ন।
  • বৰ্তমান চিকিতসাধীন হৈ আছে মন্ত্ৰীগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in