শেহতীয়া খবৰ
অসমত আকৌ ৫৮৩৫জন কোভিড পজিটিভ, ৭৩জনৰ মৃত্যু...  •  লেচিয়া নৈত মাছ ধৰিবলৈ গৈ বঙালমাৰী মিচিং গাঁৱৰ ২ কিশোৰৰ মৃত্যু...  •  ধেমাজিত পুনৰ ৩৬ জনৰ কোভিড পজিটিভ চিনাক্ত...  •  শিক্ষক-খেলুৱৈ-ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি মিলন কোৱঁৰৰ মৃত্যু...  •  মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শণ কৰি ঠিকাদাৰক সকীয়নি বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ…  •  নগাঁৱত পুনৰ ৪১৬জন কোৰোনাত আক্ৰান্ত, দুজনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ৩ দিন ধৰি সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ...  •  কোৰোনাৰ বধ্যভূমি মধুপুৰ চাহ বাগিচাত ৫১ গৰাকী আক্ৰান্ত কোভিডত...  •  গণ সংক্ৰমণৰ দিশে বটদ্ৰৱাৰ সৰুহিছা আৰু ভেটিয়নী গাঁও...  •  তিতাবৰত জব্দ লক্ষাধিক টকা মূল্যৰ অবৈধ বিদেশী সুৰা...

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কোৰোনাত আক্ৰান্ত…

295
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কোৰোনাত আক্ৰান্ত।
  • নিজে টুইটাৰত সদৰি কৰিছে এই তথ্য।
  • কিছুদিন জ্বৰ আৰু কাঁহত আক্ৰান্ত হৈ আছিল মন্ত্ৰীগৰাকী।
  • তেওঁৰ সংস্পৰ্শলৈ অহা লোক সকলক কোৰোনা টেষ্ট কৰাৰ আহ্বা্ন।
  • বৰ্তমান চিকিতসাধীন হৈ আছে মন্ত্ৰীগৰাকী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি