আজি পশ্চিম বংগলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ

আজি পশ্চিম বংগলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ
  • আজি পশ্চিম বংগৰ মালদালৈ যাব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।
  • এখন বিশাল জনসভাত অংশ লব শ্বাহে।
  • দলীয় কাম-কাজৰো বুজ ল'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।
  • উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছিল বিজেপি সভাপতি গৰাকী ।
  • ছোৱাইন ফ্লুত আক্ৰান্ত হৈছিল শ্বাহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in