বিজেপিয়ে আজমলক অসমৰ পৰিচয় হ’ব নিদিয়ে : অমিত শ্বাহ

বিজেপিয়ে আজমলক অসমৰ পৰিচয় হ’ব নিদিয়ে : অমিত শ্বাহ
  • কমলপুৰৰ নিৰ্বাচনী সভাত অমিত শ্বাহ ।
  • বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ নিৰ্বাচনী প্রচাৰ অমিত শ্বাহৰ ।
  • শ্রীমন্ত শংকৰদেৱ আৰু মা কামাখ্যাক স্মৰণ অমিত শ্বাহৰ ।
  • লাচিত বৰফুকনকো স্মৰণ গৃহমন্ত্রী অমিত শ্বাহৰ ।
  • কংগ্রেছক তীব্র সমালোচনা গৃহমন্ত্রী অমিত শ্বাহৰ ।
  • ৰাহুল গান্ধীক 'বাবা' বুলি কটাক্ষ শ্বাহৰ ।
  • 'অসমলৈ পৰ্যটক হৈ আহে ৰাহুল গান্ধীয়ে'
  • বিজেপিয়ে আজমলক অসমৰ পৰিচয় হ'ব নিদিয়ে বুলি মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ ।
  • 'অসমবাসীয়ে নিৰ্ধাৰণ কৰিব আজমলক লাগে নে উন্নয়ন লাগে'
  • 'চৰকাৰ আহিলে আজমলক ভাৰত ৰত্ন দিব ৰাহুল বাবাই'
  • 'অসমৰ গৌৰৱ বৃদ্ধিৰ বাবে কাম কৰিছে বিজেপিয়ে'
  • 'অসম আন্দোলনমুক্ত কৰিলে মুখ্যমন্ত্রী-বিত্তমন্ত্রীয়ে'
  • 'ব্রহ্মপুত্রৰ জৰিয়তে পৰ্যটন কেন্দ্র গঢ়ি তুলিব বিজেপিয়ে'
  • 'প্রধানমন্ত্রী মোডীয়ে অসমৰ বিকাশৰ বাবে বহু কাম কৰিছে'
  • 'তৈলক্ষেত্র বিকাশৰ বাবে দিয়া হৈছে ৪৬ হাজাৰ কোটি টকা'
  • 'স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্রত বিজেপিয়ে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ'
  • 'অসমত পথ নিৰ্মাণৰ বাবে ৫৩ হাজাৰ টকা দিছে বিজেপিয়ে'
  • চাহ শ্রমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি হ'ব : অমিত শ্বাহ
  • '২ লাখ চৰকাৰী আৰু ৮ লাখ বেচৰকাৰী চাকৰিৰ আশ্বাস'
  • 'নামঘৰৰ বাবে প্রতিবছৰে ২.৫ লাখ টকা দিব বিজেপিয়ে'
  • শীঘ্রেই জনজাতিকৰণৰ আশ্বাস অমিত শ্বাহৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in