শেহতীয়া খবৰ
গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  ঢকুৱাখনা কলেজত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযানৰ সভা, "বেমাৰতকৈও দুৰ্ঘটনাত মৃত্যুৰ হাৰ বাঢ়িছে"-জিলা পৰিবহন বিষয়া সীতাৰাম দলে  •  ধুবুৰীলৈ যোৱাৰ পথত নিৰুদ্দেশ ঢকুৱাখনাৰ এজন ব্যক্তি  •  হাজো মেলাৰ পৰা মহিমাৰীৰ আমজাদ আলী নিৰুদ্দেশ  •  কোনো কাৰণতে মানি নলয় 'কা', ধেমাজিত নিশাও শতাধিক আছু কৰ্মীয়ে অব্যাহত ৰাখিছে অনশন, VIDEO  •  ঢকুৱাখনাত ডঃ অমিয় কুমাৰ সন্দিকৈৰ প্ৰবন্ধ সংকলন "চিন্তা বিচিত্ৰা" উন্মোচন...  •  শিৱসাগৰৰ শিৱৰাত্রী, কেইবা লক্ষাধিক লোকৰ সমাৱেশ, VIDEO  •  বটদ্ৰৱাৰ সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত কলা দৰ্শন সাংস্কৃতিক গোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান  •  কণমানিটোৰ হাতত কিয় গোলাপ গুজি দিলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই...

অমিত পাংঘালে পৰাজয়ৰ পাছতো ৰচিলে ইতিহাস! ৱ’ৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত প্রথমবাৰলৈ ৰূপৰ পদক লাভ কৰিলে ভাৰতে…

352
  • ৱ’ৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ ৫২ কেজি শাখাৰ ফাইনেলত পৰাস্ত হ’ল ভাৰতীয় খেলুৱৈ অমিত পাংঘাল।
  • উজবেকিস্তানৰ বক্সাৰ শ্বাখোবিদীন জ’ইৰোজৰে হোৱা এই খেলখনত ৫-০ ব্যৱধানত পৰাস্ত হয় পাংঘাল।
  • কিন্তু পৰাজয়ৰ পাছতো পাংঘালে ৰচিলে এক ইতিহাস।
  • অমিত পাংঘাল প্ৰথমগৰাকী ভাৰতীয় বক্সাৰ যিয়ে ৱ’ৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ বাবে আনিলে ৰূপৰ পদক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি