অমিত পাংঘালে পৰাজয়ৰ পাছতো ৰচিলে ইতিহাস! ৱ’ৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত প্রথমবাৰলৈ ৰূপৰ পদক লাভ কৰিলে ভাৰতে…

অমিত পাংঘালে পৰাজয়ৰ পাছতো ৰচিলে ইতিহাস! ৱ’ৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত প্রথমবাৰলৈ ৰূপৰ পদক লাভ কৰিলে ভাৰতে…
  • ৱ'ৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ ৫২ কেজি শাখাৰ ফাইনেলত পৰাস্ত হ'ল ভাৰতীয় খেলুৱৈ অমিত পাংঘাল।
  • উজবেকিস্তানৰ বক্সাৰ শ্বাখোবিদীন জ'ইৰোজৰে হোৱা এই খেলখনত ৫-০ ব্যৱধানত পৰাস্ত হয় পাংঘাল।
  • কিন্তু পৰাজয়ৰ পাছতো পাংঘালে ৰচিলে এক ইতিহাস।
  • অমিত পাংঘাল প্ৰথমগৰাকী ভাৰতীয় বক্সাৰ যিয়ে ৱ'ৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ বাবে আনিলে ৰূপৰ পদক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in