আমিনগাঁও ভোটকেন্দ্ৰৰ বাহিৰত ভোটগণনাত নিয়োজিত কৰ্মচাৰীৰ প্ৰতিবাদ

আমিনগাঁও ভোটকেন্দ্ৰৰ বাহিৰত ভোটগণনাত নিয়োজিত কৰ্মচাৰীৰ প্ৰতিবাদ
  • শুকুৰবাৰে পুৱা আমিনগাঁও ভোটগণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি।
  • ভোটগণনাত নিয়োজিত কৰ্মচাৰীক মাননী নিদিয়াৰ অভিযোগ উত্থাপন।
  • জিলা নিৰ্বাচনী বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে মাননী বঞ্চিত কৰ্মচাৰীসকলে।
  • ভোটগণনা কেন্দ্ৰটোৰ বাহিৰত মাননীৰপৰা বঞ্চিত কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ।
  • নিৰ্বাচনী বিভাগৰ বিষয়াই মানৱ অধিকাৰ উলংঘা কৰাৰো অভিযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in