আমিনগাঁৱত বৃহৎ ভূমি কেলেংকাৰী; থানালৈ তলত ৩জন…

আমিনগাঁৱত বৃহৎ ভূমি কেলেংকাৰী; থানালৈ তলত ৩জন…
  • পলাশবাৰী ৰাজহ চক্রৰ দুই লাট মণ্ডলক থানালৈ তলব।
  • লাট মণ্ডল দুজন বঙৰা লাটৰ সত্য চৰণ আৰু পল্লী হুদুমপুৰ লাটৰ সুভাষ শৰ্মা।
  • আমিনগাঁৱৰ এগৰাকী নটাৰি অফিচাৰকো পলাশবাৰী থানালৈ তলব।
  • তিনিও গৰাকীকে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।
  • তিনিওৰ বিৰুদ্ধে বৃহৎ ভূমি কেলেংকাৰীৰ অভিযোগ।
  • পূৰ্বে ভূ-মাফিয়া তপন মালীক গ্রেপ্তাৰ কৰিছিল আৰক্ষীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in