আমিনগাঁৱত আৰক্ষীৰ অভিযান, হেৰ’ইনসহ আটক ৪ সৰবৰাহকাৰীক…

আমিনগাঁৱত আৰক্ষীৰ অভিযান, হেৰ’ইনসহ আটক ৪ সৰবৰাহকাৰীক…
  • আমিনগাঁৱৰ কালিবাৰীত আৰক্ষীৰ ড্রাগছৰ বিৰুদ্ধে অভিযান।
  • অভিযানত হেৰ'ইনসহ আটক ৪ সৰবৰাহকাৰী।
  • জব্দ কেইবাটাও ড্রাগছ কণ্টেইনাৰ, চিৰিঞ্জ, নগদ ধন, মোবাইল ফোন।
  • আটক জাহিৰ আলী, বিত্তু বৰুৱা, ৰণজিৎ সোণাৰ, উৎপল বিশ্বাস।
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ সোধ-পোছ অব্যাহত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in