ধৰ্মপ্ৰাণ মহিলা অমিল্লা কলিতাৰ বিয়োগ..

ধৰ্মপ্ৰাণ মহিলা অমিল্লা কলিতাৰ বিয়োগ..
  • বজলীৰ ৰহাধৰ বিৰকলা (পুৰণি বৰবাং) গাঁওৰ ধৰ্মপ্ৰাণ মহিলাৰ বিয়োগ।
  • প্ৰয়াত ধৰ্মপ্ৰাণ মহিলাগৰাকী অমিল্লা কলিতা।
  • অমিল্লা কলিতা প্ৰয়াত কামেশ্বৰ কলিতাৰ পত্নী আছিল।
  • সৰবৰহী মহিলা অমিল্লা কলিতাৰ মঙ্গলবাৰে পুৱা ১১ বজাত মৃত্যু হয়।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স প্ৰায় ৯০ বছৰ আছিল।
  • বাৰ্ধক্যজনিত কাৰণতে অমিল্লা কলিতাৰ গুৱাহাটীস্থিত কনিষ্ঠ পুত্ৰ ৰবেন কলিতাৰ বাসভৱনত দেহাৱসান ঘটে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in