শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

ধৰ্মপ্ৰাণ মহিলা অমিল্লা কলিতাৰ বিয়োগ..

  • বজলীৰ ৰহাধৰ বিৰকলা (পুৰণি বৰবাং) গাঁওৰ ধৰ্মপ্ৰাণ মহিলাৰ বিয়োগ।
  • প্ৰয়াত ধৰ্মপ্ৰাণ মহিলাগৰাকী অমিল্লা কলিতা।
  • অমিল্লা কলিতা প্ৰয়াত কামেশ্বৰ কলিতাৰ পত্নী আছিল।
  • সৰবৰহী মহিলা অমিল্লা কলিতাৰ মঙ্গলবাৰে পুৱা ১১ বজাত মৃত্যু হয়।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স প্ৰায় ৯০ বছৰ আছিল।
  • বাৰ্ধক্যজনিত কাৰণতে অমিল্লা কলিতাৰ গুৱাহাটীস্থিত কনিষ্ঠ পুত্ৰ ৰবেন কলিতাৰ বাসভৱনত দেহাৱসান ঘটে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি