শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

চীনত নতুন ভাইৰাছ! কোৰোনা দৰেই বিয়পিব পৰা এই ভাইৰাছত আক্ৰান্ত হৈ ৭গৰাকী লোকৰ মৃত্যু…

6,290

ডিজিটেল ডেস্কঃ কোৰোনাৰ প্ৰকোপ মাৰ নৌ যাওতেই চীনত আন এবিধ ভাইৰাছৰ জন্ম হৈছে। প্ৰাপ্ত খবৰ অনুসৰি এই ভাইৰাছ বিধত আক্ৰান্ত হৈ এতিয়ালৈকে ৭গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৬০ৰো অধিক ব্যক্তি আক্ৰান্ত হৈছে।

চীনৰ চৰকাৰী সংবাদ মাধ্যমে সদৰি কৰা অনুসৰি, এই ভাইৰাছ বিধৰ নাম হৈছে SFTS ভাইৰাছ। কোৰোনাৰ দৰেই এই ভাইৰাছ বিধো এজনৰ পৰা আন এজনলৈ সংক্ৰমণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৈজ্ঞানিক সকলে। সেয়ে চীনৰ প্ৰায় কেইটা অঞ্চলত ইতিমধ্যে প্ৰশাসনে এৰ্লাট জাৰি কৰিছে।

সংবাদ মাধ্যমে সদৰি কৰা মতে, এই ভাইৰাছত আক্ৰান্ত হোৱা এগৰাকী মহিলাৰ প্ৰথমে জ্বৰ, তাৰ পিছতে কাঁহৰ দৰে লক্ষণে দেখা দিছিল। চীনৰ পূৰ্ব অংশত এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা অধিক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি