শেহতীয়া খবৰ
মহাৰাষ্ট্ৰ বিধান পৰিষদৰ নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা, ৬ খন আসনৰ ১খনত জয়লাভ...  •  ৫ ডিচেম্বৰত অন্ত পৰিব বিটিচি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ, ৭ ডিচেম্বৰত ২১ টা সমষ্টিত ভোটগ্ৰহন...  •  সিংঘু সীমাত কৃষকৰ বৈঠক, চৰকাৰৰ সৈতে পৰৱৰ্তী আলোচনাৰ বাবে ৰণনীতি প্ৰস্তুত...  •  কোৰোনা ভেকচিনৰ প্ৰথম পৰ্যায়ৰ টিকাকৰনৰ বাবে সাজু হৈছে অৰুনাচল প্ৰদেশ...  •  চাইক্লন বুৰেভিৰ বাবে থিৰুবন্তপুৰম বিমানবন্দৰে স্থগিত কৰে উৰাজাহাজৰ যাত্ৰা...  •  মডেৰ্নাৰ কোৰোনা ভেকচিনে ৩ মাহ পৰ্যন্ত শৰীৰত এণ্টিবডি বোৰ ৰখাত সহায় কৰে...  •  আৰম্ভ হ'ল হাইদৰাবাদ পৌৰ নিগম নিৰ্বাচনৰ ভোটগননা...  •  শনিবাৰে পুনৰ প্ৰতিবাদী কৃষকৰ সৈতে আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰ...  •  নগাঁৱৰ জলাহগাৱঁৰ ৰাসত গোপী ৰূপত নৃত্য ডাক্তৰৰ, কোৰোনাৰ বাবে সজাগতা...  •  ভোটাৰ তালিকাত নাম অন্তভূক্তকৰনক ব্যাপক তৎপৰতা ধেমাজি জিলা প্ৰশাসনৰ...

আমেৰিকাত ডেৰলক্ষাধিক অতিক্ৰম কৰিলে কোৰোনাত মৃত্যুৰ সংখ্যাই…

280

ডিজিটেল ডেস্কঃ আমেৰিকাত মহামাৰী কোৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা এক লাখ পঞ্চাশ হাজাৰলৈ বৃদ্ধি। পৃথিৱীৰ আটাইকেইখন দেশৰ তুলনাত মৃত্যুৰ এই সংখ্যা সৰ্বাধিক বুলি জানিব পৰা গৈছে।

দেশখনত এই মুহুৰ্তলৈকে প্ৰায় ৪.৪ মিলিয়ন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে। শতাংশ হিচাপে পৃথিৱীৰ ভিতৰত ২৩ শতাংশ লোকৰ মৃত্যু হৈছে কেৱল আমেৰিকাত।

২৭ মে’ তাৰিখৰ পৰা মৃত্যুৰ এই হাৰ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা দেখা গৈছে দেশখনত। আৰু ইয়াকে লৈ যথেষ্ট আতংকিত হৈ পৰিছে আমেৰিকাবাসী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি