শেহতীয়া খবৰ
দিল্লীৰ এটা ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড! স্বত্তাধিকাৰক আটক কৰি সোধ-পোছ আৰক্ষীৰ...  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মথুৰাপুৰত ছাত্ৰ সন্থাৰ প্ৰতিবাদী...  •  বাইহাটা চাৰিআলিত ইটা ভৰ্তি বাহনে মাৰিলে মটৰ চাইকেলত খুন্দা, থিতাতে নিহত এজন...  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোণাপুৰত আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ জোঁৰ সমদল... VIDEO  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোণাপুৰত আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ জোঁৰ সমদল... VIDEO  •  নৰ্থ ইষ্ট কেন্সাৰ হস্পিতালত ফ্ল' চাইট'মেট্ৰি বিষয়ক কৰ্মশালাৰ সফল সমাপ্তি  •  শিৱসাগৰত কেবৰ বিৰোধিতাৰে উলংগ প্ৰতিবাদ, VIDEO  •  গৰৈমাৰীৰ মানসিক বিকাৰগ্ৰস্ত যুৱক তেজপুৰৰ পৰা সন্ধানহীন  •  কেবৰ বিৰুদ্ধে ওলাই আহিল এবিভিপি! সংগঠনটোৰ ১২ সদস্যই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত কৰিলে পদত্যাগ  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দৰঙত আছুৰ উদ্যোগত বাইক ৰেলী, VIDEO

আমেৰিকাত ভূপতিত যাত্ৰীবাহী বিমান, নিহত ৯জন…

215
  • আমেৰিকাৰ ছাউথ ডক’টাত ভূপতিত এখন বিমান।
  • বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৯জনকৈ লোকে।
  • নিহতসকলৰ ভিতৰত বিমানখনৰ বৈমানিক আৰু দুটি শিশুও আছে।
  • স্থানীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, বিমানখনত আছিল মুঠ ১২জনকৈ লোক।
  • বিমানখন চেবৰলেনৰ পৰা ইদাহো অভিমুখে উৰা মাৰিছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি