শেহতীয়া খবৰ
মানকাচৰত নাৰী অপহৰণকাৰী চক্ৰৰ সদস্যক আটক...  •  শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক...  •  ২১ বছৰতে ন্যায়াধীশৰ বাচনিত উত্তীৰ্ণহৈ ৰাজস্থানৰ শিক্ষাৰ্থীৰ অভিলেখ...  •  মঙলদৈৰ সৰুঠেকেৰাবাৰীত এল্ট’ৰ খুন্দাত নিহত এজন...  •  গুৱাহাটীৰ পৰা মুম্বাই অভিমুখী স্পাইচজেটৰ বিমানৰ জৰুৰীকালীন অৱতৰণ...  •  গুৱাহাটীৰ পৰা মুম্বাই অভিমুখী স্পাইচজেটৰ বিমানৰ জৰুৰীকালীন অৱতৰণ...  •  দিল্লীত এবিভিপিৰ প্ৰতিবাদী মিছিল বাহিৰ...  •  পুনৰ বিনিয়োগেই দেশৰ আৰ্থিক সংকট দূৰ কৰাৰ সমাধান নহয়ঃ মমতা বেনাৰ্জী  •  যুৱ সাংবাদিক সন্থা, অসমৰ বাৰ্ষিক বঁটা ঘোষণাঃ ৰাজ্যৰ কেইবাজনো সাংবাদিকলৈ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা  •  ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত জৰুৰী অবতৰণ গুৱাহাটীৰ পৰা মুম্বাইলৈ উৰা মৰা স্পাইছজেট বিমান

২০১৯ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বটাঁ ঘোষণা…

559
  • ২০১৯ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বটাঁ ঘোষণা।
  • তিনিজন বিজ্ঞানীক যুটীয়াভাৱে প্ৰদান কৰা হৈছে এই পুৰষ্কাৰ।
  • এই বৰ্ষৰ নোবেল পুৰষ্কাৰ লাভ কৰা কানাডিয়ান-আমেৰিকান বিজ্ঞানীকেইজন হৈছে James Peebles, Michel Mayor আৰু Didier Queloz।
  • বিশ্ব ব্ৰক্ষাণ্ডৰ বিকাশ আৰু তাত পৃথিৱীৰ স্থানৰ সম্পৰ্কে চলোৱা গৱেষণাৰ বাবে বিজ্ঞানীকেইজনক আগবঢ়োৱা হৈছে এই সন্মান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি