আমেৰিকাতে সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোৰোনাত…

আমেৰিকাতে সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোৰোনাত…
  • কোৰোনাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে আমেৰিকাত।
  • দেশখনত এতিয়ালৈকে ২১৫,২১৫ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে।
  • মৃত্যু হৈছে ৫,১১০ গৰাকী লোকৰ।
  • এতিয়ালৈকে কেৱল ৮,৮৭৮ গৰাকী লোকহে আমেৰিকাত আৰোগ্য হৈছে।
  • ২০১,২২৭গৰাকী লোকক চিকিৎসা প্ৰদান কৰি থকা হৈছে।
  • আমেৰিকাত ১০ জানুৱাৰীত প্ৰথমগৰাকী কোৰোনাত আক্ৰান্ত লোকক চিনাক্ত কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in