অসম চিকিৎসা মহাবিদ্যালয়ৰ শিশু বিভাগত ভয়ংকৰ ঘটনা…

অসম চিকিৎসা মহাবিদ্যালয়ৰ শিশু বিভাগত ভয়ংকৰ ঘটনা…
  • অসম চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ড।
  • চিকিৎসা মহাবিদ্যালয়খনৰ শিশু বিভাগত সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ।
  • PM-CAREৰ পৰা দিয়া ভেণ্টিলেটৰৰ মণিটৰৰ পৰা শিশু ICUত অগ্নিকাণ্ড
  • দৈৱ্ক্ৰমে ৰক্ষা পৰে ১০টি নৱজাতক।
  • অগ্নিকাণ্ডকলৈ চিকিৎসা মহাবিদ্যালয়খনত আতংকময় পৰিস্থিতি।
  • এটি দেৱ শিশু ভেন্টিলেচনত থকা অৱস্থাতে জুই লাগে মণিটৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in