সেউজ সংঘৰ বাকৰিৰ পৰা সন্দেহজনক যুৱকক আটক…

সেউজ সংঘৰ বাকৰিৰ পৰা সন্দেহজনক যুৱকক আটক…
  • মহানগৰীৰ হাতীগড় চাৰিআলিৰ অম্বিকাগিৰি নগৰত এজন সন্দেহজনক যুৱকক আটক।
  • অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ চৌহদৰ পৰা আটক কৰা হৈছে যুকজনক।
  • সন্দেহজনক যুৱকজনে যথেষ্ট সময় ধৰি অঞ্চলটোত ঘূৰা ফুৰা কৰি আছিল।
  • যুৱকজনৰ চালচলনত সন্দেহ হৈছিল স্থানীয় ৰাইজৰ।
  • এই অঞ্চলটোত সংঘটিত হৈ আহিছে চুৰ-ডকাইতিৰ ঘটনা।
  • সেয়েহে সন্দেহজনক যুৱকক প্ৰত্যক্ষ কৰি সেউজ সংঘৰ সচেতন সদস্যই খবৰ দিয়ে আৰক্ষীক।
  • গীতানগৰ আৰক্ষীয়ে আহি কৰায়ত্ত কৰে যুৱকজনক।
  • যুৱকজনে সদৰি কৰা মতে, তেওঁৰ ঘৰ ত্ৰিপুৰাত।
  • আৰক্ষীয়ে আটক কৰি নিয়া যুৱকজনৰ সন্দৰ্ভত স্থানীয় ৰাইজৰ মন্তব্য-
  • এনে সন্দেহজনক চাল-ফুৰনে শংকিত কৰে অঞ্চলবাসীক।
  • যুৱকজনৰ নাম বিশ্বজিৎ দাস বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in