শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...

সেউজ সংঘৰ বাকৰিৰ পৰা সন্দেহজনক যুৱকক আটক…

251
  • মহানগৰীৰ হাতীগড় চাৰিআলিৰ অম্বিকাগিৰি নগৰত এজন সন্দেহজনক যুৱকক আটক।
  • অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ চৌহদৰ পৰা আটক কৰা হৈছে যুকজনক।
  • সন্দেহজনক যুৱকজনে যথেষ্ট সময় ধৰি অঞ্চলটোত ঘূৰা ফুৰা কৰি আছিল।
  • যুৱকজনৰ চালচলনত সন্দেহ হৈছিল স্থানীয় ৰাইজৰ।
  • এই অঞ্চলটোত সংঘটিত হৈ আহিছে চুৰ-ডকাইতিৰ ঘটনা।
  • সেয়েহে সন্দেহজনক যুৱকক প্ৰত্যক্ষ কৰি সেউজ সংঘৰ সচেতন সদস্যই খবৰ দিয়ে আৰক্ষীক।
  • গীতানগৰ আৰক্ষীয়ে আহি কৰায়ত্ত কৰে যুৱকজনক।
  • যুৱকজনে সদৰি কৰা মতে, তেওঁৰ ঘৰ ত্ৰিপুৰাত।
  • আৰক্ষীয়ে আটক কৰি নিয়া যুৱকজনৰ সন্দৰ্ভত স্থানীয় ৰাইজৰ মন্তব্য-
  • এনে সন্দেহজনক চাল-ফুৰনে শংকিত কৰে অঞ্চলবাসীক।
  • যুৱকজনৰ নাম বিশ্বজিৎ দাস বুলি জানিব পৰা গৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি