গুৱাহাটীত উপস্থিত ভাৰতীয় ক্ৰিকেটাৰ আম্বাতী ৰায়ুডু

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ভাৰত আৰু ৱেষ্ট ইণ্ডিছৰ এদিনীয়া ক্ৰিকেট মেচৰ বাবে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত ভাৰতীয় খেলুৱৈ আম্বাতী ৰায়ুডু।
  • বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে হোটেল ৰেডিচন ব্লুলৈ ৰাওনা খেলুৱৈগৰাকী।
  • ২১ অক্টোবৰৰ পৰা ভাৰত আৰু ৱেষ্ট ইণ্ডিছৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'ব এদিনীয়া মেচখন।
  • ২১ অক্টোবৰত দুপৰীয়া ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব মেচখন।
  • ইতিমধ্যে অনুশীলনত নামিছে কেৰিবিয়ান দলটোৰ বহু খেলুৱৈ।
  • মেচখনৰ বাবে ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে দুয়োটা দলৰ বহু খেলুৱৈ।
  • প্ৰথম সোমবাৰে গুৱাহাটীত উপস্থিত হৈছিলহি কেৰিবিয়ান দলটোৰ ৮ গৰাকী খেলুৱৈ।
  • বুধবাৰেও গুৱাহাটীত উপস্থিত হৈছিলহি দুয়োটা দলৰ বহুকেইগৰাকী খেলুৱৈ।
  • যথেষ্ট নিৰপত্তাৰ মাজত ৰখা হৈছে দুয়োটা দলৰ খেলুৱৈ সকলক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in