অমৰ সিং আৰু নাই…

অমৰ সিং আৰু নাই…
  • ৰাজ্যসভাৰ সাংসদ অমৰ সিং আৰু নাই।
  • ৬৪ বছৰ বয়সত শেষ নিস্বাষ ত্যাগ কৰিলে অমৰ সিঙে।
  • দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল অমৰ সিং।
  • ছিংগাপূৰত কেইবামাহ ধৰি চলি আছিল চিকিৎসা।
  • অমৰ সিঙৰ মৃত্যুত ৰাজনাথ সিঙৰ শোক ব্যক্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in